যোগাযোগআমাৰ সৈতে সংযোগ কৰক
কোনো প্ৰশ্ন, পৰামৰ্শ বা সহযোগিতাৰ বাবে — আমাৰ সৈতে যোগাযোগ কৰক।
Devottom Axom নামৰ websiteটোৰ জৰিয়তে আমাৰ অসমৰ এজন ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন চিকিৎসক ডা°(মেজৰ) দিপম কুমাৰ বৰ্মণে সমগ্ৰ অসম আৰু অসমীয়া ৰাইজৰ বাবে এক মিছন আৰম্ভ কৰিছে ৷ সেই মিছনৰ একমাত্ৰ লক্ষ্য হ’ল অসমৰ প্ৰতিখন গাওঁ প্ৰতিটো চুবুৰীৰ চুকে কোনে গৈ স্বাস্থ্য সম্পৰ্কে সচেতনতা বিয়পোৱা ৷ তাৰ বাবে তেখেতে YouTube ৰ লগতে আন আন চ’চিয়েল মিডিয়াটো এনেধৰণৰ সজাগতা মূলক কাম কৰি আছে ৷
Home Contact us
