স্মৃতি

0
স্মৃতি
<a href="https://www.freepik.com/free-photo/back-view-man-bridge_30591595.htm#fromView=search&page=1&position=21&uuid=1ac27652-9351-47d2-8fa7-7b648947cc72">Image by freepik</a>

বুকুৰ মাজত এখন উদাস পৃথিৱী
কিছুমান ৰিক্ত তিক্ত অভিজ্ঞতা।

এমুঠি জোনাক ৰাতিৰ দৰে
তাৰ মাজত এটি ৰঙা জিয়া।

নিসংগতা বোৰে আলফুলে সাৱটি ধৰে
পাৰহৈ যোৱা দিনৰ এমুঠি নিয়ঁৰ।

আঁচলত বান্ধি স্মৃতিবোৰ
যতেই যাঁও তাতেই পুহি ৰাখোঁ।

প্ৰকাশ কৰিব পৰা অপ্ৰকাশিত
মাত্ৰ এটি ভাগৰুৱা সপোন………

LEAVE A REPLY

Please enter your comment!
Please enter your name here