ঋতুপৰ্ণ বৰা

1 POSTS0 COMMENTS
গোলাঘাট জিলাৰ ঋতুপৰ্ণ বৰা বৰ্তমান দিল্লী নিৱাসী আৰু যোৱা ১২ বছৰে গ্ৰাফিক্‌ ডিজাইনিং ৰ পৃথিৱীখনৰ লগত জড়িত ৷ তেঁও বৰ্তমান ৰাষ্ট্ৰীয় ইংলিছ চেনেল CNN-News18 ৰ “Senior Graphics Designer” হিচাপে কৰ্মৰত ৷ ইয়াৰ ওপৰিও তেঁও অসমৰ বিভিন্ন গীত আৰু চিনেমাৰ কামৰ লগত জড়িত ৷ তাৰে ভিতৰত জুবিন গাৰ্গৰ “চিলা” “মা”, পাপনৰ “হাতে হাত ধৰি” , অনুৰাগ শইকীয়াৰ “বৰগীত” আদি উল্লেখযোগ্য ৷ জুবিন গাৰ্গৰ চিনেমা “কাঞ্চনজংঘা” “মিডনাইট চং” “মোৰ শেষ গান” তথা ৱেব চিৰিজ “বিদুৰভাই” ৰ পোষ্টাৰৰ ডিজাইন ঋতুপৰ্ণই কৰা ৷ তাৰোপৰি “জুবিনৰ পদ্য” ৰ লগতে আন আন বহু কিতাপৰ বেটুপাতৰ ডিজাইনৰ কাম কৰি ঋতুপৰ্ণই নিজৰ পাৰদৰ্শিতাৰ প্ৰমাণ দি থৈছে । এনেদৰে আগুৱাই যাওক তেঁও তাৰে আশা কৰিলো । ঋতুপৰ্ণৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ৷ (তলত ঋতুপৰ্নৰ ফোন নং আৰু ফেচবুক লিংকটো দি দিছো +91 97113 21857 https://www.facebook.com/rituparna.bora.1 )

TOP AUTHORS

0 POSTS0 COMMENTS
1 POSTS0 COMMENTS
0 POSTS0 COMMENTS
1 POSTS0 COMMENTS
0 POSTS0 COMMENTS
2 POSTS0 COMMENTS
0 POSTS0 COMMENTS
0 POSTS1 COMMENTS
0 POSTS0 COMMENTS
0 POSTS0 COMMENTS
0 POSTS0 COMMENTS
0 POSTS0 COMMENTS
0 POSTS0 COMMENTS
1 POSTS0 COMMENTS
- Advertisment -
Google search engine

Most Read

service